কাছাৰত কংগ্ৰেছৰ সভাৰ মাজত সুস্মিতা দেব মুৰ্দাবাদ ধ্বনি

By

Published : Aug 17, 2021, 9:17 PM IST

thumbnail

কাছাৰত জিলা কংগ্ৰেছ কমিটীৰ সভাৰ মাজতে হাহাকাৰ ৷ সোমবাৰে ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা কাছাৰৰ সাংসদ সুস্মিতা দেবৰ তৃণমূল কংগ্ৰেছত যোগদানৰ পিছতে মঙলবাৰে এই সভাখন অনুষ্ঠিত কৰিছিল কাছাৰ জিলা কংগ্ৰেছ কমিটীয়ে ৷ কিন্তু সভাৰ মাজতে কাছাৰ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি আনচাৰ বাৰ লস্কৰে সুস্মিতা দেব মূৰ্দাবাদ ধ্বনি দিয়ে ৷ ইয়াকে লৈ সভাত উপস্থিত সদস্যসকলৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.