সাতামপুৰুষীয়া পৰম্পৰা অক্ষুণ্ণ ডিমৰীয়াৰ ব’মানী বিলৰ

By

Published : Jan 14, 2020, 12:05 PM IST

thumbnail

মঙলবাৰে ডিমৰীয়াৰ ঐতিহাসিক ব’মানী বিলত উৰুকাৰ দিনা পৰম্পৰা অনুসৰি মাছ ধৰা হয় ৷ তেতেলীয়া ৰজা পাণবৰ ৰংপিয়ে পূজা-অৰ্চনা কৰাৰ পিছত জাতি-ধৰ্ম নিৰ্বিশেষে মাছ ধৰিবলৈ বিলত নামে ৰাইজে । ব’মানী বিলৰ পাৰত ৰজাক আদৰি অনা হয় লালিলাং গীতৰ মাজেৰে ৷ ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.