গৃহ সমষ্টিৰ পূজা মণ্ডপে-মণ্ডপে মুখ্যমন্ত্ৰী

By

Published : Oct 14, 2021, 8:54 PM IST

thumbnail

জালুকবাৰী সমষ্টিত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ, চাংসাৰী , আগডলা, বাইহাটা চাৰিআলি আদিৰ দুৰ্গা পূজাত উপস্থিত হৈ দেৱীৰ শ্ৰী-চৰণত পৰি আশীষ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সময়ৰ অভাৱত অইন বাৰৰ দৰে সমষ্টিটোৰ প্ৰতিটো পূজা মণ্ডপত উপস্থিত থাকিব নোৱাৰাৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ দুৰ্গতি নাশিনী দেৱীয়ে সমষ্টিবাসীৰ অপায় অমঙ্গল দূৰ কৰি সুখ শান্তি সমৃদ্ধিশালী হোৱাৰ কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.