আৰক্ষীক ধমকি প্ৰদানকাৰী বিধায়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

By

Published : Jan 16, 2022, 8:00 PM IST

thumbnail

বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় ভূঞাই এগৰাকী আৰক্ষী বিষয়াক ফোনযোগে দিয়া ভাবুকি আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াই বিধায়ক ভূঞাক দিয়া নীতিশিক্ষাৰ ফোন ৰেকৰ্ডিং ভাইৰেল (Amiya Kumar Bhuyan viral phone call) হোৱাৰ পিছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on MLA's viral phone call contorversy) ৷ অমিয় ভূঞাই আৰক্ষীক ভাবুকি দিয়া ফোন ৰেকৰ্ডিং শুনাৰ পিছত বিধায়কগৰাকীক ভৱিষ্যতে এনে নকৰিবলৈ বুজোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । পৰোক্ষভাৱে পূৰ্বৰ কংগ্ৰেছ চৰকাৰকে টাৰ্গেট কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে যে, অসমত আগতে যি হৈ গৈছে এতিয়া আৰু হ'ব নোৱাৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.