পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ আমছুৰ

By

Published : May 23, 2021, 8:33 PM IST

thumbnail

ৰাজ্যজুৰি কৰ’ণাৰ আতংকৰ বাবে বন্ধ হৈ পৰিছে সকলো শিক্ষানুষ্ঠান ৷ বাতিল কৰা হৈছে সকলো ধৰণৰ পৰীক্ষা ৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত এতিয়াও গ্ৰহণ কৰিব পৰা নাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই ক’ভিড নীতি নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী আমছুৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.