উৰিয়ামঘাটত ডাম্পাৰৰ দৌৰাত্ম্য : চেম্বাৰ্ছ অফ কমাৰ্চৰ প্ৰতিবাদ

By

Published : Nov 13, 2021, 12:53 PM IST

thumbnail

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত ডাম্পাৰৰ দৌৰাত্ম্য ৷ প্ৰতিদিনে শিল কঢ়িওৱা শ শ ডাম্পাৰৰ চলাচলৰ বাবে লোক নিৰ্মাণ বিভাগৰ অধীনস্থ পথটো অধিক শোচনীয় হৈ পৰিছে ৷ ইয়াৰ প্ৰতিবাদতে শুকুৰবাৰে উৰিয়ামঘাট চেম্বাৰ্ছ অফ কমাৰ্চৰ উদ্যোগত উৰিয়ামঘাট আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই সমস্যা সন্দৰ্ভত ধনশিৰি প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকাৰৰ বাবে এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.