লাভলীনাৰ খেলৰত্ন বঁটা লাভ; সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে মনৰ ভাৱ

By

Published : Nov 7, 2021, 5:13 PM IST

thumbnail

দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত হোৱাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে । অপ্ৰত্যাশিত ভাৱেই ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ‘খেল ৰত্ন’ লাভ কৰি স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে বক্সাৰগৰাকী ৷ এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.