10 ফেব্ৰুৱাৰীৰ পিছত পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বিজেপিয়ে

By

Published : Feb 9, 2022, 10:55 PM IST

thumbnail

বুধবাৰে হোজাইৰ জে কে কেডিয়া ভৱনত আয়োজন কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ এখন বিশেষ সাংগঠনিক সভা ৷ এই সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP state president Bhabesh Kalita in Hojai) । ৰাজ্যিক সভাপতিগৰাকীয়ে হোজাইত উপস্থিত হৈ বুজ লয় দলটোৰ সাংগঠনিক দিশ । লগতে সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে, আগন্তুক 10 ফেব্ৰুৱাৰীৰ পিছতেই ঘোষণা কৰা হ’ব পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.