বিজেপিৰ বিজয়ক লৈ কি মন্তব্য কৰিলে সাংসদ তপন গগৈ-কামাখ্যা তাছাই ?

By

Published : Nov 2, 2021, 8:31 PM IST

thumbnail

মঙলবাৰে ঘোষণা হোৱা অসম বিধান সভাৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলে আটাইকেইখন আসনতে বৃহৎ বিজয় লাভ কৰে ৷ স্বাভাৱিকতেই ইয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰতি প্ৰতিক্ৰিয়াৰ ৷ জানো আহক এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা আৰু সাংসদ তপন গগৈয়ে কি মন্তব্য কৰিলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.