থাওৰাৰ ভোটগণনাক কেন্দ্ৰ কৰি বিজেপি নেতাৰ প্ৰতিক্ৰিয়া

By

Published : Nov 2, 2021, 1:07 PM IST

thumbnail

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা উপ নিৰ্বাচন(Bypolls)ৰ ভোট গণনাত বিজেপি(BJP) দলৰ ব্যাপক অগ্ৰগতি । এই সন্দৰ্ভত সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা, মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ শুনক কি কয় তেওঁলোকৰ মুখেৰে...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.