চুৰি বাইকসহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ বাইক চোৰ

By

Published : Nov 22, 2021, 9:32 PM IST

thumbnail

যোৰহাট আৰক্ষীয়ে সোমবাৰে পাঁচখন চুৰি বাইক(5 two-wheelers recovered)সহ এটা দুৰ্ধৰ্ষ বাইক চোৰক গ্ৰেপ্তাৰ(bike thief arrested) কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ বাইক চোৰটো প্ৰাণদীপ কলিতা বুলি জানিব পৰা হৈছে ৷ প্ৰাণদীপৰ ঘৰ যোৰহাট চেনিজানৰ মাউট গাঁৱত ৷ উল্লেখ্য যে, যোৰহাটত বহু দিনৰ পৰাই বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে ৷ আৰক্ষীয়ে সময়ে সময়ে বাইক চোৰক গ্ৰেপ্তাৰ কৰি আহিছে যদিও আইনৰ সুৰুঙাৰে সাৰি আহি পুনৰ চুৰি কাৰ্যত লিপ্ত হয় চোৰকেইটা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.