তিনিটাকৈ দালালৰ বাসগৃহত তালাচী অভিযান বৰপেটা আৰক্ষীৰ

By

Published : Sep 23, 2021, 2:11 PM IST

thumbnail

এইবাৰ ভূ-মাফিয়া তথা মাটিৰ দালাল(Land Broker)ৰ বাসগৃহত তালাচী অভিযান বৰপেটা আৰক্ষী(Barpeta Police)ৰ ৷ বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে চহৰখনৰ তিনিটাকৈ মাটিৰ দালালৰ বাসগৃহত চলাইছে তালাচী অভিযান ৷ চহৰখনৰ দালাল ৰমেন দাস, ধ্ৰুৱ দাস আৰু গোবিন্দ দাসৰ বাসগৃহত চলোৱা এই তালাচী অভিযানত মাটিৰ দলিলকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ হয় ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমুদ্ৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত চলিছিল এই তালাচী অভিযান ৷ অৱশ্যে এই তালাচী সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে আৰক্ষী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.