ভাৰত বাংলাদেশ সীমান্তত বজৰং দলৰ প্ৰতিবাদ

By

Published : Oct 23, 2021, 10:50 PM IST

thumbnail

বাংলাদেশত হিন্দুলোকৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰতিবাদ জনাই শনিবাৰে বজৰং দলে কৰিমগঞ্জৰ বাংলাদেশ সীমান্তলৈ গৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বজৰং দলৰ সদস্যসকলে কৰিমগঞ্জ জিলাত এক প্ৰতিবাদী সমদল বাহিৰ কৰি কুশিয়াৰা নদীৰ ভাৰত বাংলাদেশ সীমান্তৰ কাষত উপস্থিত হয় । তেওঁলোকে সেইস্থানৰ পৰা মাইকযোগে বাংলাদেশক ভাৰতে পানী, ৰপ্তানী বন্ধ কৰি দিলে নাখাই মৰিব বুলি সকীয়াই দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.