দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী আজিজ আহমেদ খানৰ মনোনয়ন দাখিল

By

Published : Mar 12, 2021, 6:14 PM IST

thumbnail

ৰাজ্যত এতিয়া অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্ব ৷ ইয়াৰ মাজতে শুকুৰবাৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আজিজ আহমেদ খানে ৷ অগণন সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰি এক প্ৰকাৰৰ শক্তি প্ৰদৰ্শন কৰে নেতাগৰাকীয়ে ৷ মনোনয়ন পত্ৰ দাখিল কৰি আগন্তুক নিৰ্বাচনত তেওঁক ৰাইজে পুনৰ জয় কৰাব বুলি মন্তব্য কৰি তেওঁ আকৌ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি কয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.