মহুৰা দিহিঙীয়া পথাৰত মন্ত্ৰী অতুল বৰা

By

Published : Oct 18, 2021, 9:56 PM IST

thumbnail

আজি কাতি বিহু । সমগ্ৰ ৰাজ্যৰ লগতে কমাৰগাঁৱৰ পূৱ মহুৰা আৰু মধ্য মহুৰা গাঁও পঞ্চায়তৰ উদ্যোগত বোকাখাত বিধানসভা সমষ্টিৰ সমূহ গাঁও পঞ্চায়ত আৰু স্থানীয় ৰাইজৰ সহযোগত কাতি বিহু উদযাপন কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা । মন্ত্ৰী গৰাকীয়ে তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰি সকলোৰে আশুয়া আৰোগ্য কামনা কৰে ৷ ইয়াৰ পাচতেই উদযাপন স্থলীত মুঠ পাঁচ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰে ৰাইজে । কাতি বিহুৰ লগত সংগতি ৰাখি অঞ্চলটোৰ মহিলা সকলৰ মাজত পিঠা-পনাৰ এখনি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.