Nagaland Firing Incident : নাগালেণ্ডৰ গুলী চালনা ঘটনাত আহত দুগৰাকীৰ অৱস্থা সংকটজনক

By

Published : Dec 7, 2021, 5:47 PM IST

Updated : Dec 7, 2021, 7:11 PM IST

thumbnail

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে নাগালেণ্ডৰ মন জিলাত সংঘটিত সেনাৰ গুলী চালনা ঘটনা(Nagaland firing Incident)ত আহত হৈছিল জাৰ্গ কন্যাক আৰু চাইলং কন্যাক । AMCHৰ শল্য চিকিৎসা বিভাগৰ ICUতে চিকিৎসাধীন হৈ আছে জাৰ্গ আৰু চাইলং । এতিয়াও সুস্থিৰ নহয় নাগালেণ্ডৰ দুই আহত ব্যক্তি । AMCHৰ অধীক্ষকে জনোৱা মতে, জাৰ্গ কন্যাকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । শীঘ্ৰে অস্ত্ৰোপচাৰ কৰিব লাগিব জাৰ্গৰ । ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিছে AMCHৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ।

Last Updated : Dec 7, 2021, 7:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.