২১ জন পুৰোহিতৰ বৈদিক মন্ত্ৰোচাৰণেৰে গঁড়ৰ খৰ্গ দাহ

By

Published : Sep 22, 2021, 9:28 PM IST

thumbnail

বিশ্ব গঁড় দিৱসৰ দিনটোত অসম চৰকাৰৰ এক ব্যতিক্ৰমী প্ৰয়াস । কেৱল খৰ্গৰ বাবে গঁড়ৰ চোৰাং চিকাৰ কৰা সকলৰ মানসিক শক্তি সৎ কৰাৰ উদ্দেশ্যেৰে এই ব্যতিক্ৰম প্ৰয়াস । বিশ্বৰ বজাৰত গঁড়ৰ খৰ্গৰ মূল্য যে, অৰ্থহীন এই চিন্তা-চৰ্চাৰে মানুহৰ মনৰ ভ্ৰান্ত ধাৰণা নিৰ্মূল কৰাৰ এক বৃহৎ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । এই উদ্দেশ্য আগত ৰাখি বুধবাৰে বোকাখাতত সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে গঁড়ৰ খৰ্গ দাহ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ ৭ টা জ’নৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ 2,623 টা গঁড়ৰ খৰ্গৰ ভিতৰত 2,479 টা গঁড়ৰ খৰ্গ দাহ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.