কাহিলীপাৰালৈ অনা হ'ল পৰিমিতাৰ নশ্বৰদেহ

By

Published : Sep 9, 2021, 6:46 PM IST

thumbnail

মা কমলা'তে জীৱনৰ শেষ যাত্ৰা কৰিলে পৰিমিতাই ৷ ইতিমধ্যে গুৱাহাটীৰ কাহিলীপাৰা স্বগৃহলৈ অনা হ'ল পৰিমিতা দাসৰ নশ্বৰদেহ ৷ কাহিলীপাৰাত বৰ্তমান এক অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে ৷ অশ্ৰুসিক্ত নয়নেৰে পৰিমিতালৈ শেষ শ্ৰদ্ধাঞ্জলি আত্মীয়ৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.