ভাৰত-পাক যুদ্ধৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে লখিমপুৰত সেনাৰ বিশেষ কাৰ্যসূচী

By

Published : Sep 26, 2021, 5:31 PM IST

thumbnail

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ গৌৰৱোজ্জ্বল ৫০ বছৰ । সেই স্মৃতি ৰক্ষাৰ উদ্দেশ্যে সমগ্ৰ দেশতে ভাৰতীয় সেনাই ভাৰত-পাক যুদ্ধৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে । লখিমপুৰ জিলাৰ ত্যাগক্ষেত্ৰতো ভাৰতীয় সেনাৰ উদ্যোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইফালে বিজয় উৎসৱৰ অগ্নিশিখাও অনা হয় লখিমপুৰলৈ । লখিমপুৰৰ পাছতে এই অগ্নিশিখা লৈ যোৱা হ'ব ধেমাজিৰ লিকাবালিলৈ । সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সেনাৰ বিশেষ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰা হয় । ভাৰত পাকিস্তান যুদ্ধৰ সময়ত ব্যৱহাৰ হোৱা বিভিন্ন অস্ত্ৰও প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.