Tiger Attacked : তেজপুৰত বাঘৰ আক্ৰমণত আহত বৃদ্ধ

By

Published : Nov 13, 2021, 9:33 PM IST

thumbnail

ঢেকীয়াপতিয়া বাঘে আক্ৰমণ কৰিলে এগৰাকী বৃদ্ধক । তেজপুৰ বেচেৰীয়া কটকী চুবুৰীত শনিবাৰে পুৱা টংকেশ্বৰ নাথ (৮০) নামৰ এগৰাকী বৃদ্ধক আক্ৰমণ কৰে এটা ঢেকীয়াপতিয়া বাঘে । বাঘৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হয় বৃদ্ধগৰাকী ৷ বৃদ্ধগৰাকীৰ চিঞয় শুনি লগে লগে সেই স্থানত উপস্থিত হয় গঞা ৰাইজ ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বৃদ্ধগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি তেজপুৰ ব্যাপ্তিষ্ট খ্ৰীষ্টান মিছনেৰী চিকিৎসালয়ত ভৰ্তি কৰায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.