actor meghranjani as radha : চতিয়াৰ ৰাসত দৰ্শকক মোহাচ্ছন্ন ৰাধাৰূপী মেঘৰঞ্জনীৰ

By

Published : Nov 25, 2021, 10:06 AM IST

thumbnail

ৰাধাৰ ৰূপত ৰাইজক মুহিলে মেঘৰঞ্জনীয়ে (meghranjani at sootea raas) ৷ চতিয়াৰ ৰাসত অগণন দৰ্শকক মোহাচ্ছন্ন কৰিলে কথক শিল্পী (kathak dancer meghranjani) তথা অসমীয়া ছবি জগতৰ এখন পৰিচিত মুখ মেঘৰঞ্জনী মেধিয়ে ৷ বুধবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত ডিপ্লোঙাৰ ননকে চেঙামাৰী যুৱ সমাজে (nanke sengamari yuva samaj sootea) প্ৰতিবাৰৰ দৰে এইবাৰো আয়োজন কৰে ৰাস মহোৎসৱৰ ৷ কলা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যুৱচামৰ ভূমিকাৰ প্ৰসংগত সদায়েই আলোচনা-বিলোচনা চলি থকাৰ সময়তে এই অঞ্চলৰ যুৱকসকল সকলোৰে আদৰ্শ হৈ থিয় দিছে ৷ ননকে চেঙামাৰী যুৱ সমাজে দিন-ৰাতি একাকাৰ কৰি দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৰাসত অভিনেত্ৰী মেঘৰঞ্জনীয়ে ৰাধাৰ অভিনয়(actor meghranjani as radha) ৰে দৰ্শকক বাৰুকৈয়ে আপ্লুত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.