ANTI CAA PROTEST: বাতিল হ’ল কৃষি বিধেয়ক, সমসাময়িক CAA আন্দোলন সন্দৰ্ভত কি কয় শংকৰজ্যোতিয়ে ?

By

Published : Nov 19, 2021, 8:04 PM IST

thumbnail

শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিধেয়ক বাতিল কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে দেশজুৰি ইয়াক লৈ চলিছে ব্যাপক প্ৰতিক্ৰিয়া ৷ অসমতো এনে সময়তে সৃষ্টি হৈছে এটা পৃথক বিতৰ্ক ৷ দৰাচলতে কৃষি বিধেয়ক বাতিল হোৱাৰ লগে লগেই পুনৰ চৰ্চিত হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন(Anti CAA protest)ৰ প্ৰসংগ ৷ এনে সময়তে এই আন্দোলনক নেতৃত্ব প্ৰদান কৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কি ক’লে জানো আহক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.