বৰমাত 69 সংখ্যক আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট

By

Published : Sep 27, 2021, 9:46 AM IST

thumbnail

বহু প্ৰতিক্ষাৰ অন্তত বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে 69 সংখ্যক আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট(Inter District Football Tournament) ৷ ফুটবল প্ৰতিযোগিতাখনৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে অসম ফুটবল সন্থাৰ উপ সভাপতি অশোক শৰ্মা আৰু বাক্সা জিলাৰ স্প’ৰ্টছ এছ’চিয়েছনৰ সভাপতি হিতেশ বসুমতাৰীয়ে ৷ প্ৰতিযোগিতাৰ প্ৰথমখন খেলতে শালবাৰী স্পোষ্ট এছ’চিয়েছনে ৰঙিয়া স্পোষ্ট এছ’চিয়েছনক 3-1 গ’লত পৰাজিত কৰে ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.