Manipur ambush: সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ চৰকাৰী চাকৰি সহ 50 লাখ টকা সাহাৰ্য

By

Published : Nov 14, 2021, 8:26 PM IST

thumbnail

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পৰিয়ালবৰ্গলৈ চৰকাৰৰ ফালৰ পাৰ আগবঢ়োৱা হ'ব 50 লাখ টকাৰ সাহাৰ্য ৷ লগতে পৰিয়ালৰ এজনক যোগ্য হিচাপে দিয়া হ'ব চৰকাৰী চাকৰি ৷ দেওবাৰে বিয়লি সুমন স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে মন্ত্ৰী ইউজি ব্ৰহ্মই ৷ উল্লেখ্য যে, মন্ত্ৰী ইউজি ব্ৰহ্মৰ লগতে ৰাকেশ ব্ৰহ্ম, শীৰ্ষ পৰ্যায়ৰ আৰক্ষী আৰু সেনা বিষয়া শ্বহীদ পৰিয়ালৰ ঘৰত উপস্থিত হৈ দুখৰ সমভাগী হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.