দীৰ্ঘদিনৰ মূৰত বিদ্যালয় খোলাত উৎফুল্লিত জ্যোতি বিদ্যাপীঠৰ শিক্ষাৰ্থীসকল

By

Published : Sep 20, 2021, 10:34 AM IST

thumbnail

দীৰ্ঘ বিৰতিৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল ৷ অৱশ্যে ক’ভিড 19(Covid 19) ক লৈ বিদ্যালয়সমূহত গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা । বিদ্যালয়সমূহৰ চৌহদ, শ্ৰেণীকোঠা আদিত চেনিটাইজেশ্যন কৰাৰ উপৰিও ক’ভিড প্ৰট’কলৰ বাবে চৰকাৰে দিয়া নিৰ্দেশ অনুযায়ী সকলোখিনি মানি পাঠদান আৰম্ভ কৰিছে শিক্ষকসকলে । টীয়কৰ আগশাৰীৰ বিদ্যালয় জ্যোতি বিদ্যাপীঠৰ(Jyoti Vidyapith) ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো দেখা গৈছে উল্লাস-আনন্দ । চাওক জ্যোতি বিদ্যাপীঠৰ পৰা সংবাদদাতা সাৰংগপাণি শইকীয়াই দেখুওৱা সামগ্ৰিক পৰিৱেশ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.