Watch: প্ৰত্যাহ্বানপূৰ্ণ বক্সিং ড' টেষ্টৰ বাবে ভাৰতৰ অনুশীলন অব্যাহত

By

Published : Dec 24, 2020, 6:06 PM IST

thumbnail

এডিলেইডত প্ৰথম টেষ্টত পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলে আগন্তুক প্ৰত্যাহ্বানপূৰ্ণ বক্সিং ড' টেষ্টৰ বাবে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷ চাৰিখনীয়া টেষ্ট শৃংখলাত জয়ৰ সম্ভাৱনা অব্যাহত ৰাখিবৰ বাবে আগন্তুক মেচত জয়ী হোৱাৰ লক্ষ্যৰে ভাৰতে পূৰ্ণ প্ৰস্তুতি চলাইছে ৷ উল্লেখ্য যে, 26 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয় টেষ্ট মেচ ৷ এই মেচত ভাৰতীয় দলে অধিনায়ক বিৰাট কোহলী আৰু মহম্মদ ছামীৰ অভাৱ অনুভৱ কৰিব ৷ কোহলীৰ অনুপস্থিতিত আজিংকা ৰাহানেই গ্ৰহণ কৰিব দলৰ গুৰুদায়িত্ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.