"শিশু হৈ আছা শিশুৰ দৰে থাকা"- ভূষণ কুমাৰক কটাক্ষ কমেডিয়ান সুনীল পালৰ

By

Published : Jun 23, 2020, 5:19 PM IST

thumbnail

শেহতীয়াকৈ চনু নিগমে মিউজিক মাফিয়াৰ বিৰুদ্ধে এটা ভিডিঅ' শ্বেয়াৰ কৰে আৰু তাৰ পিছতে সমগ্ৰ ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া বৃদ্ধি পালে সংগীত জগতৰ নেপ'টিজম আৰু ষ্টাৰ পাৱাৰৰ বিৰুদ্ধে ৷ চনু নিগমে এই সংক্ৰান্তত ভূষণ কুমাৰক উদ্দেশ্যি কয়, " মোৰ লগত পাংগা লোৱাৰ চেষ্টা নকৰিবা ৷ " বৰ্তমান জনপ্ৰিয় কমেডিয়ান সুনীল পালে চনু নিগমক সমৰ্থন কৰি এটা ভিডিঅ' শ্বেয়াৰ কৰে ৷ য'ত তেওঁ সাংঘাতিক ৰূপত কটাক্ষ কৰে ভূষণ কুমাৰক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.