Road Accident at Bongaigaon : পাঁচ গৰাকী লোক গুৰুতৰ ভাৱে আহত

By

Published : Feb 13, 2022, 10:26 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

বঙাইগাঁৱত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident at Bongaigaon) ৷ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত AS 01 GC 7185 নম্বৰৰ এখন আল্ট্ৰাৰ লগত বিপৰীত দিশৰ পৰা আহি থকা AS 18 AC 0327 নম্বৰৰ বলেৰ’ পিক আপ ভেনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত পাঁচ গৰাকীকৈ লোক গুৰুতৰ ভাৱে আহত হয় (Five people injured at a road accident in Cachar) ৷ দুৰ্ঘটনাটোত ML 05 Q 9664 নম্বৰৰ এখন ক্ৰেতা বাহনো ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোত আহত হৈ কম আঘাটপ্ৰাপ্ত কেইগৰাকীক বইটামাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত কেইগৰাকী বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় ।

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.