Zubeen Garg on Miya museum : অসমত কেৱল অসমীয়া মিউজিয়ামহে হ’ব

By

Published : Oct 26, 2022, 8:36 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

"অসমত মিঞা মিউজিয়ামৰ(Miya museum) প্ৰয়োজন নাই, হ’লে অসমীয়া মিউজিয়াম হ’ব । মিঞা মিউজিয়ামৰ বাতৰিবোৰ চাই চাই মোৰ হাঁহি উঠিছে । কলাক্ষেত্ৰত হ’লে অসমীয়া মিউজিয়াম হ'ব ৷ যিটো মিউজিয়াম আছে সেইটো আৰু ডাঙৰ কৰাটো প্ৰয়োজন ৷ মিউজিয়ামৰ প্ৰসংগটো সম্পূৰ্ণ চৰকাৰ অধীন’’ ৷ মিঞা মিউজিয়ামৰ প্ৰসংগত বুধবাৰে যোৰহাটত উপস্থিত হৈ এনেদৰে ক’লে জুবিন গাৰ্গে (Zubeen Garg on Miya museum)৷ চকলং প্ৰথাৰে অনুষ্ঠিত কৰা বিবাহ খাবলৈ গৈ এঘৰীয়া হোৱা সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, ‘‘এনেকুৱা ঘটনা অসমতে হয় । সেয়েহে মই কওঁ -মোৰ কোনো জাতি নাই, ধৰ্ম নাই, ভগৱান নাই ৷ সকলোৱে মিলিজুলি থাকিলেহে জাতি এটাৰ উন্নয়ন হ'ব’’ (Zubeen Garg in Jorhat)।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.