Smuggled timber seized: চিৰাঙত চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক জব্দ

By

Published : Jan 2, 2023, 11:35 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

দেওবাৰে সন্ধিয়া চিৰাঙৰ ৰুনিখাতা বন বিভাগে চোৰাংভাৱে কাঠ কঢ়িয়াই নিয়া ১৪ চকীয়া এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Smuggled timber seized)৷ জিলাখনৰ টুক্ৰাঝাৰৰ পৰা পাট্টালেণ্ডৰ কাঠ বুলি কৈ চোৰাংভাৱে বহিঃৰাজ্যলৈ কঢ়িয়াই নিয়াৰ পথতে বন বিভাগৰ তালাচীত জব্দ হয় কাঠখিনি (Smuggling of timber to other states)৷ সম্প্ৰতি বন বিভাগে ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত জব্দকৃত ট্ৰাকসহ কাঠখিনি মজুত কৰি ৰাখিছে ৷ চোৰাংভাৱে এইদৰে কাঠ সৰবৰাহ কৰাৰ সন্দৰ্ভত বন বিভাগে তদন্ত আৰম্ভ কৰাৰ লগতে অভিযান অব্যাহত ৰখা বুলি জনালে চিৰাঙৰ ডি এফ অ’ ব্ৰহ্মানন্দ পাতিৰীয়ে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.