Mob torches Batadrava Police Station incident: বটদ্ৰৱা কাণ্ডক লৈ শিখা শৰ্মাৰ বিস্ফোৰক মন্তব্য

By

Published : May 24, 2022, 8:49 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

মঙলবাৰে বটদ্ৰৱা থানাত উপস্থিত হয় শিখা শৰ্মাৰ নেতৃত্বত তৃণমুল কংগ্ৰেছৰ এটা প্ৰতিনিধিৰ দল । থানাখনত উপস্থিত হৈ থানা জ্বলোৱা লোকসকলক দুৰ্বৃত্ত বুলি ক’বলৈ বেয়া পাইছো বুলি মন্তব্য কৰে শিখা শৰ্মাই । অৱশ্যে থানা জ্বলাই দিয়াটো অন্যায় হৈছে বুলিও মন্তব্য কৰে শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰা লেখিকাগৰাকীয়ে । আৰক্ষী আৰু ৰাইজ কোনেও আইন হাতত তুলি ল’ব নালাগে বুলি মন্তব্য কৰে শিখা শৰ্মাই (Sikha Sarma on Batadrava violence) ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.