Rhino poacher arrested: কলিয়াবৰ মিছা আৰক্ষীৰ জালত গঁড়ৰ খৰ্গসহ দুই সৰবৰাহকাৰী

By

Published : Jan 13, 2023, 10:08 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

কলিয়াবৰৰ মিছা আৰক্ষীৰ জালত গঁড়ৰ খৰ্গসহ দুই সৰবৰাহকাৰী(Rhino poacher held in Kaliobar) ৷ কলিয়াবৰৰ হাতীগাঁও বাগিচাৰ ৪ আৰু ১ নং লাইনৰ পৰা আটক সৰবৰাহকাৰী দুটাক ৷ ধৃত সৰবৰাহকাৰী দুটা আব্দুল আলী আৰু কাছিম আলী(Rhino poacher arrested in Assam) ৷  

কাৰ্বি আংলঙৰ ৰংবংৱে আৰক্ষীৰ সহযোগত কলিয়াবৰ মিছা আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা গঁড়ৰ খৰ্গ(Rhino horn recovered) ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ 

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.