Press conference of SP: হোজাইৰ গৰু চুৰি ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদমেল

By

Published : Aug 17, 2023, 7:43 PM IST

thumbnail

হোজাই,১৭ আগষ্ট: হোজাই  লংকাৰ বামুনগাঁৱত গৰু চুৰি ঘটনা সন্দৰ্ভত হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ সংবাদমেল । সংবাদমেলত লংকা আৰক্ষী থানাত উক্ত ঘটনা সন্দৰ্ভত ৩৯৯/২৩ নম্বৰত গোচৰ ৰুজু কৰি ইতিমধ্যেই ঘটনাত লগত জৰিত ৭ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।  

লগতে বৰ্তমানো ঘটনাৰ সন্দৰ্ভত অভিযান চলি আছে বুলি উল্লেখ কৰি ঘটনাৰ লগত জড়িত আৰু অপৰাধীক আটক কৰা সম্ভৱনা আছে বুলিও জনাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই । উল্লেখযোগ্য যে, বিগত ১৩ আগষ্টত হোজাই লংকাৰ বামুনগাঁৱত গৰু চুৰৰ ঘটনাত জড়িত থকাৰ সন্দেহত গণপ্ৰহাৰত মৃত্যু হৈছিল হিপজুৰ ৰহমান নামৰ এজন লোকৰ ।

লগতে পঢ়ক: Piyali Phukan play staged: কলিয়াবৰত পিয়লি ফুকন মঞ্চস্থ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.