বোকাজানত সংঘটিত পথ দুৰ্ঘটনাত এজনে প্ৰাণ হেৰুওৱাৰ লগতে আহত হ’ল তিনিজন

By

Published : Aug 16, 2022, 8:50 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

বোকাজানৰ ডিলাইৰ জিৰ’ পইণ্টত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at Diphu) ৷ দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ AS03 AA 8647 নম্বৰৰ বলেৰ’ বাহন আৰু AS09 BC 0881 বলেৰ’ পিকআপ বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত লোক তিনিজনক ততাতৈয়াকৈ আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত এম্বুলেঞ্চৰ জৰিয়তে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ(Diphu Medical College) প্ৰেৰণ কৰা হয় ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.