Odisha Train Accident : মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি অহা যাত্ৰীয়ে বৰ্ণনা কৰিলে ৰে’ল দুৰ্ঘটনাৰ সবিশেষ

By

Published : Jun 3, 2023, 1:35 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 3 জুন : অভিশপ্ত শুকুৰবাৰ ৷ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজ্য (Odisha Train Accident) ৷ মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিছে বহু যাত্ৰী ৷ ইটিভি ভাৰতৰ আগত ৰে’ল দুৰ্ঘটনাৰ সমগ্ৰ তথ্য বৰ্ণনা কৰিলে বহু যাত্ৰীয়ে ৷

শেহতীয়াকৈ ওড়িশা প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, ইতিমধ্যে এই ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ 261 ঘৰ চুইছেগৈ ৷ আনহাতে, আহত 900 ৰো অধিক (Many people killed in Odisha rail accident)৷ বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi to visit Cuttack hospital) ৷

লগতে পঢ়ক : Odisha Train Accident : ওড়িশালৈ যাব প্ৰধানমন্ত্ৰী; পৰিদৰ্শন কৰিব কটকৰ চিকিৎসালয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.