জোনাইত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2022, 3:50 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

দেশৰ অন্যান্য প্ৰান্তৰ লগতে জোনাইতো ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th independence day) উদযাপন কৰা হয় (Independence day celebrated at Jonai)৷ জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এইবাৰৰ স্বাধীনতা দিৱস ৷ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত জোনাই মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ তত্বাৱধানত দেশ প্ৰেমমূলক গীত পৰিৱেশন কৰা হয় ৷ ইয়াৰ পাছতে জোনাইৰ গান্ধী মৈদানত মহকুমা প্ৰশাসনৰ উদ্যোগত পুৱা ৯ বজাত জাতীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে (Jonai SDO)৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.