Livestock recovered in Jamugurihat: জামুগুৰিহাটত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ

By

Published : Nov 3, 2022, 2:29 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ নিতৌ ন ন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে গৰু ৷ এইবাৰ গৰুৰ চোৰাং ব্যৱসায়ীয়ে গৰু সৰবৰাহত ব্যৱহাৰ কৰিলে যাত্ৰীবাহী ট্ৰেভেলাৰ ৷ জামুগুৰিহাটত আৰক্ষীৰ জালত পৰিল যাত্ৰীবাহী ট্ৰেভেলাৰত চোৰাংভাৱে কঢ়িয়াই অনা ১১ টাকৈ গৰু (Illegally smuggled cattle seized in Jamugurihat) ৷ নিশা সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি জামুগুৰি আৰক্ষী থানাৰ পৰা বৰভগীয়া গাঁৱৰ দিশত পলায়ন কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে বাহনখনক অনুসৰণ কৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে বাহনখনৰ চালক আৰু হেণ্ডিমেন পলাই সাৰিবলৈ সক্ষম হয় ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.