Municipal employees protest: বিভিন্ন দাবীৰে হোজাইৰ পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

By

Published : Nov 19, 2022, 4:03 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

হোজাইত চহৰখনৰ পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ (Municipal employees protest)। শনিবাৰে প্ৰায় দুই শতাধিক পৌৰ কৰ্মচাৰীয়ে জিলা উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest in front of DC Office)। পৌৰ কৰ্মচাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে উপাযুক্ত কাৰ্যালয়ৰ চৌহদ ৷ বিগত ৩৭ মাহ পৰ্য্যন্ত অনাদায় দৰমহা অতি শীঘ্ৰে আদায় দিয়া, পৌৰসভাৰ অন্তৰ্গত অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি অতিশীঘ্ৰে চৰকাৰীকৰণ কৰা, অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহা, গ্ৰেচুইটি, লিভ চেলাৰী আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ দাবীত উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিত্ত আৰু বিভাগীয় মন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে পৌৰ প্ৰতিবাদী কৰ্মচাৰীসকলে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.