Mukroh Firing incident : মুক্ৰ’কাণ্ডৰ সাক্ষ্যগ্ৰহণ এজনীয়া তদন্ত আয়োগৰ

By

Published : Dec 27, 2022, 10:36 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

অসম-মেঘালয়ৰ কাৰ্বি ভূমিৰ মুক্ৰ’কাণ্ডৰ এমাহৰ অন্তত মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ কৰি’ডৰ নগৰত ডংকামোকামত এজনীয়া দণ্ডাধীশৰ তদন্ত আয়োগে সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰে (Hearing on Mukroh Firing incident)৷ মুক্ৰ’কাণ্ডৰ তদন্ত ও সাক্ষ্যগ্ৰহণৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত উপস্থিত হয় ৰাজ্য চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ এজনীয়া তদন্ত আয়োগ (Inquiry Committee of Mukroh incident)৷ মঙলবাৰে দিনজোৰা চৰকাৰী কাৰ্যসূচীত ডংকামকাম জলসিঞ্চন বিভাগৰ পৰিদৰ্শন ভৱনত মুক্ৰ’ৰ ঘটনাস্থলীত উদ্ভৱ হোৱা পৰিস্থিতিৰ সময়চোৱাত উপস্থিত থকা আৰক্ষী আৰু বন বিভাগৰ লোকৰ লগতে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ সাক্ষ্যগ্ৰহন প্ৰক্ৰিয়া তেওঁ সম্পন্ন কৰে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.