Junmoni Rabha accident case: প্ৰণৱ দাসক চিআইডিৰ তলব

By

Published : May 20, 2023, 6:51 PM IST

thumbnail

কলিয়াবৰ, ২০ মে': জখলাবন্ধা আৰক্ষী থানা থকা জোনমণি ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক চিআইডিৰ তলব (Eye witness of Junmoni Rabha death accident) ৷ উল্লেখ্য় যে আৰক্ষী থানাতে প্ৰণৱে চিনাক্ত কৰিছিল দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালক সুমিতক ৷ যি দেখিছিল সকলো তথ্যই আৰক্ষীক দিলে বুলি মন্তব্য প্ৰণৱৰ (Pranab Das summoned CID) ৷ ইয়াৰ মাজতেই চিআইডিয়ে তলব কৰিলে জোনমণি ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱক ।

প্ৰত‍্যক্ষদৰ্শী প্ৰণৱ দাসক এতিয়াও আৰক্ষীয়ে এৰি দিয়া নাই । প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক পুনৰ নগাঁৱলৈ চিআইডিয়ে তলব কৰাত জখলাবন্ধা আৰক্ষীয়ে তেওঁক লৈ যায় নগাঁৱলৈ । সেই সময়ত তেওঁক সাংবাদিকে প্ৰশ্ন কৰাত শংকিত হোৱা বুলি কয় প্ৰণৱে ।

লগতে পঢ়ক:OC Abhajyoti Rabha: হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.