ইটিভি ভাৰতৰ সৈতে পৰেশ বৰুৱাৰ বিস্ফোৰক সাক্ষাৎকাৰ: মই অকলে হ’লেও এই সংগ্ৰাম চলাই যাম

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 7:10 PM IST

thumbnail

নিউজ ডেস্ক, 31 ডিচেম্বৰ: ‘‘ মই মোৰ প্ৰিন্সিপল্ নেৰো ৷ কোনো মন্ত্ৰীয়ে মোৰ প্ৰিন্সিপল্ কিনিব নোৱাৰে ৷ হাজাৰ মিলিয়ন ডলাৰতকৈও মূল্যবান মোৰ প্ৰিন্সিপল্ ৷ কোনো নাথাকিলেও মই অকলে হ’লেও এই সংগ্ৰাম চলাই যাম ৷ মোৰ মৃত্যুৰ পিচত আন কোনোবাই হ’লেও এই সংগ্ৰাম চলাই নিব ৷’’ এই মন্তব্য আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ ৷

আলফা-চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিচতেই দেওবাৰে সন্ধিয়া কোনো অজ্ঞাত স্থানৰ পৰা পৰেশ বৰুৱাই এক দীঘলীয়া টেলিফোনিক সাক্ষাৎকাৰ দিয়ে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাক ৷ সাক্ষাৎকাৰটোত বৰুৱাই শেহতীয়া এই চুক্তি মূল্যহীন, ভিত্তিহীন বুলি অভিহিত কৰে ৷ আনকি এই সাক্ষাৎকাৰৰ মাত্ৰ কিছুসময়ৰ পূৰ্বে আলফা নেতৃবৰ্গই যি সংবাদমেল অনুষ্ঠিত কৰি মন্তব্য ৰাখিছিল, সেই বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰেশ বৰুৱাই ৷ আৰু কি ক’লে আলফা(স্বা)ৰ সৰ্বাধিনায়কগৰাকীয়ে? চাওক এই বিশেষ সাক্ষাৎকাৰ ৷

লগতে পঢ়ক: শান্তি চুক্তিত স্বাক্ষৰ কৰি অসমলৈ ঘূৰি অহাৰ পাছত আলফা নেতাক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.