মহানগৰীত কণ-কণ শিশুৰ সৈতে মুখ্যমন্ত্ৰীৰ ভাৱ বিনিময়

By

Published : Sep 3, 2022, 4:11 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

মামাক ওচৰৰ পৰা চাবলৈ ভাগিন-ভাগিনীৰ হেতা-ওপৰা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতখন চুই চাবলৈ হেতা-ওপৰা কণ কণ ভাগিন-ভাগিনীৰ (Himanta Biswa Sarma with children in Guwahati) ৷ মোমায়েক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে- ‘‘আগতে গম পোৱাহেতেন তহঁতৰ বাবে চকলেট লৈ আহিলোহেতেন । গৈ থাকোঁ, আকৌ আহিম’’৷ উল্লেখ্য যে শনিবাৰে মহানগৰীৰ ৰূপনগৰত অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ(Assam Human Rights Commission) নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানৰ পাছতে গেটৰ সন্মুখত মামাক লগ কৰে ভাগিন-ভাগিনীসকলকে (Assam CM interacts with children)৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.