Junmoni Rabha accident :জোনমণি ৰাভা দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থান পুনৰ পৰিদৰ্শন চি আই ডিৰ

By

Published : Jun 7, 2023, 8:24 PM IST

thumbnail

কলিয়াবৰ,৭ জুন: এছ আই জোনমণি ৰাভা মৃত্যুকাণ্ডৰ নতুন মোৰ (Junmoni Rabha accident case update) । জোনমণি ৰাভাৰ গাড়ী দুৰ্ঘটনাৰ স্থানত পুনৰ চি আই ডিৰ দল । বুধবাৰে ফৰেনচিক পৰীক্ষাগাৰৰ দলক লগত লৈ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে চি আই ডিৰ দলটোৱে (CID visits the accident place )।  

কলিয়াবৰৰ সৰুভগীয়া দুৰ্ঘটনাস্থলী আৰু জখলাবন্ধা আৰক্ষী নিৱেশত উপস্থিত হয় এই দল দুটা । চি আই ডি অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃতত পুনৰ চি আই ডি আৰু ফৰেনচিক পৰীক্ষাগাৰৰ দলে দুৰ্ঘটনাত পতিত গাড়ী দুখন পৰীক্ষা কৰে (CID in Kaliabor)। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বিশেষজ্ঞ দলটিয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ পৰা সংগ্ৰহ কৰিছে  নমুনা ।

লগতে পঢ়ক:Degree Controversy of PM Modi : বিশ্ববিদ্যালয়ৰ মানহানি গোচৰ; ১৩ জুনত আদালতত হাজিৰ হ'ব লাগিব কেজৰিৱাল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.