Cash and gold ornaments looted: ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান

By

Published : Dec 17, 2022, 9:31 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

সত্ৰনগৰী বৰপেটাত চোৰৰ অবাধ ৰাজত্ব (Barpeta Robbery incident)৷ আৰক্ষীৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ দিন দুপৰতে এটাৰ পিচত আনটো চুৰিৰ ঘটনাক লৈ উদ্বিগ্ন হৈছে বৰপেটা চহৰবাসী ৷ শুকুৰবাৰে দিনৰ প্ৰায় আঢ়ৈ বজাত নৃপেন্দ্ৰ পাঠকে পত্নীৰ ডায়লেছিচৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ (Barpeta Medical college hospital) গৈছিল ৷ কিন্তু সন্ধিয়া ৭ মান বজাত হাস্পতালৰ পৰা ঘৰলৈ আহি দেখে যে ঘৰৰ পিছফালৰ দুৱাৰেৰে চোৰ সোমাই পৰিয়ালটোৰ নগদ ধনসহ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লুটি লৈ গৈছে (Cash and gold ornaments looted)৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.