Himanta Biswa Sarma in Majuli: মাজুলীত মামাক লগ কৰিবলৈ দৌৰ ভাগিনৰ

By

Published : Jun 4, 2023, 9:48 PM IST

thumbnail

মাজুলী, ৪ মে': মাজুলীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প জেংৰাইমুখত মাজুলী বনমালী ক্ষেত্ৰত অনুষ্ঠিত হৈছে আধ্যাত্মিক যুৱ সন্মিলন (Rajiv Gandhi Sports Project Jengraimukh) জেংৰাইমুখত অনুষ্ঠিত অধ্যত্মিক যুৱ সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে মাজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Spiritual Youth Conference 2023 in Majuli) ।  

এই অনুষ্ঠান সামৰি ওলাই যোৱা সময়ত মামাক লগ কৰিবলৈ দৌৰি দৌৰি আহিল মাজুলীৰ ভাগিন । মামাক ওচৰতে পুনৰ লগ পাই উৎফুল্লিত হৈ পৰিল মাজুলীৰ ভাগিনসকল (CM Himanta Biswa Sarma in Majuli)। মুখ্যমন্ত্ৰী গৰাকীক ওচৰত পাই বিভিন্নজনে তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰিলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ ল’লে । তেওঁলোকৰ সমস্যাসূহ যিমান পাৰি সমাধান কৰাৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীগাৰাকীয়ে ।

লগতে পঢ়ক: Internal Conflict in BJP: ভূপেন বৰাই কোৱাৰ দৰেই বিজেপিত আৰম্ভ হ’ল নেকি খহনীয়া !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.