বটদ্ৰৱা কাণ্ডক লৈ কোনে কৰিছে ৰাজনৈতিক ব্যৱসায় ? ক’লে দুলু আহমেদে

By

Published : May 30, 2022, 7:49 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

বটদ্ৰৱা কাণ্ডক লৈ আৰম্ভ হৈছে ৰাজনৈতিক ব্যৱসায় (Batadrava police station incident) । কেৱল সংবাদ মাধ্যমৰ সন্মুখতে মন্তব্য কৰি দায়িত্ব সামৰিছে কংগ্ৰেছ, এ আই ইউ ডি এফৰ সংখ্যালঘু বিধায়কে । দুই ৰাজনৈতিক দলৰ সংখ্যালঘু বিধায়কৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদ (AJP leader Dulu Ahmed)। কংগ্ৰেছ, এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰিলে অসম জাতীয় পৰিষদ ত্যাগ কৰিব দুলু আহমেদে । কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধেও সোচ্চাৰ দুলু আহমেদ । কংগ্ৰেছত কোন আছে বিজেপিৰ এজেন্ট ? ক’লে দুলু আহমেদে । ই টি ভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বিধায়ক নুৰুল হুদাৰ বিষয়ে কি ক’লে দুলু আহমেদে ?

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.