জোনাইৰ জেলেমত অচিন ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু

By

Published : Mar 5, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

বিগত কেইদিনমান ধৰি ধেমাজি জিলাৰ কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণা জেলেমত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে বহু পশুধন(Livestock dies of unknown disease) ৷ কিন্তু এই অচিন বেমাৰবিধৰ বিষয়ে জ্ঞাত নহয় স্থানীয় পশু-পালকসকল ৷ যাৰ ফলত যথেষ্ট লোকচানৰ সন্মূখীন হৈছে পশু-পালকসকল ৷ স্থানীয় পশুপালকে জনোৱা অনুসৰি বিগত কেইবাদিনধৰি কোনো ৰোগৰ লক্ষণ দেখা নিদিয়াকৈ দিনৰ ভাগত ঘাঁহ খাই আহি সন্ধিয়াৰ ভাগত পেট ফোলা , নাকৰ পৰা তেজ ওলোৱা, উশাহ নিশাহত কষ্ট হোৱাৰ পিছতে গাঁওখনত প্ৰায় ৩২ টাতকৈও অধিক পশুৰ মৃত্যু হৈছে ৷

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.