বাদাম আৰু নাৰিকলৰ ষ্টাফিঙেৰে ঘৰতে তৈয়াৰ কৰক পুষ্টিকৰ মোদক

By

Published : Sep 10, 2021, 7:38 PM IST

thumbnail

বাদাম যথেষ্ট পুষ্টিসমৃদ্ধ লগতে ইয়াত কাৰ্বহাইড্ৰেটৰ মাত্ৰাও যথেষ্ট কম ৷ সেয়ে বাদাম আৰু নাৰিকলৰ ষ্টাফিঙেৰে তৈয়াৰী মোদকৰ যথেষ্ট লাভালাভ আছে ৷ ইয়াৰ উপৰিও বাদামী সোৱাদৰ সৈতে গুড় আৰু নাৰিকলৰ মিঠা সোৱাদৰ সংমিশ্ৰণেৰে তৈয়াৰী এই মোদকৰ লোভ সম্বৰণ কৰাটো প্ৰায় অপ্ৰতিৰোধ্য ৷ নৈবেদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও স্বাস্থ্যকৰ জলপানৰ ই এটা অতি সুন্দৰ বিকল্প ৷ বাদাম আৰু নাৰিকলৰ সোৱাদযুক্ত এই মোদক আপুনিও এবাৰ প্ৰস্তুত কৰাৰ চেষ্টা কৰক আৰু সোৱাদ কেনে পাই আমাক জনাব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.