Fire at Haliakandi: হাইলাকান্দিৰ কৈয়া চাহ বাগিচাত অগ্নিকাণ্ড

By

Published : Nov 1, 2022, 1:28 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ষঠ পূজাৰ আনন্দৰ মাজতে হাইলাকান্দি জিলাৰ কৈয়া চাহ বাগিচাত সংঘটিত হয় অঘটন (Chhath Puja at Hailakandi) । জানিব পৰা মতে, সোমবাৰে নিশা বাগিচাৰ সহকাৰী মেনেজাৰৰ আৱাসত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড (Fire at Kaiya Tea Estate In Hailakandi)। উক্ত অগ্নিকাণ্ডৰ ফলতে ভষ্মীভূত হৈছে সহকাৰী মেনেজাৰৰ আৱাস । অৱশ্য়ে দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে সহকাৰী মেনেজাৰ এইচ দেউৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্য়সকলৰ । পিছত হাইলাকান্দি আৰু কাটলিছেৰাৰ পৰা অগ্নিনিৰ্বাপক বাহিনী (Fire brigade of Hailakandi)ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.