God on the balcony: অসমীয়া কথাছবি বেলকনিত ভগৱানৰ সফল যাত্ৰা

By

Published : Oct 19, 2022, 10:45 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অসমীয়া বোলছবি বেলকনিত ভগৱান চাবলৈ দৰ্শকৰ ভিৰ । সগৌৰৱেৰে দুটা সপ্তাহ ধৰি চলি আছে বেলকনিত ভগৱান (New assamese film God on the balcony) । দৰ্শকৰ পৰা প্ৰশংসিত হোৱা ছবিখনৰ এতিয়া প্ৰতিটো শ্ব’ হাউচফুল ৷ গোলাঘাটৰ গল্ড ছবিগৃহতো দেখিবলৈ পোৱা গ’ল দৰ্শকৰ ভিৰ । উক্ত ছবিখন প্ৰযোজনা কৰিছে নৰুল চুলতান আৰু পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই । বোলছবিখন চাবলৈ দৰ্শকৰ আসনত বহিল সৰুপথাৰৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো । বিশ্বজিৎ ফুকনে এনে এখন হৃদয়স্পৰ্শী বোলছবি নিৰ্মাণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তেওঁ ছবিখনত অভিনয় কৰা সকলোকে প্ৰশংসা কৰি শুভেচ্ছা জনায় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.